Site icon Guwahati Times

মহানগৰীৰ বিভিন্ন আৰক্ষী থানাত সজাগতা সভা

মহানগৰীৰ বিভিন্ন আৰক্ষী থানাত সজাগতা সভা ।। তাৰ সমন্তৰাল ভাবে আজাৰা আৰক্ষী থানাতও সজাগতা সভাৰ আয়োজন কৰা হয় ।। নতুন আইনও ন্যায়িক ব্যৱস্থাৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰা আজাৰা আৰক্ষী থানাত ।। এই নতুন আইনও ন্যায়িক ব্যৱস্থাৰ সজাগতা সভাত উপস্থিত থাকে পশ্চিম আৰক্ষী সংমণ্ডলৰ DSC PROBATIONER স্বপ্ননিল বেজবৰুৱা , আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল চেতিয়া, বৰঝাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈ , মহানগৰ বিজেপিৰ সভাপতি তপন কলিতা, পশ্চিম গুৱাহাটী অগপৰ নেতা, নাগৰিক কমিটি আৰু আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধাৰাপুৰ, আজাৰাৰ লগতে বিভিন্ন স্থানৰ লোক উপস্থিত থাকে ।।

আজাৰাৰ পৰা অভিজিত কলিতা

Exit mobile version