Site icon Guwahati Times

মাজুলীত কি কাণ্ড কৰিলে কৰিশ্মা নাথে?

মাজুলীত কি কাণ্ড কৰিলে কৰিশ্মা নাথে? নাগাৰা নামৰ শিল্পীৰ কাৰ্যক লৈ তীব্ৰ বিতৰ্ক

মাজুলীত পুনৰ বিতৰ্কত সোমাল কৰিশ্মা নাথ। সোণাৰিআটী নৱজ্যোতি কৃষ্টি সংঘত অনুষ্ঠিত সদৌ অসম নাথ যোগী যুৱ পৰিষদৰ দ্বি-বাৰ্ষিক মাজুলী অধিৱেশনত নিশা নাগাৰা নাম পৰিৱেশনথলীত ঘটিল অথন্তৰ।

আন এক গুৰুতৰ অভিযোগ যে নাম পৰিৱেশনৰ মাজতে ভৰিৰে আঁতৰাই অসমৰ স্বাভিমান গামোচাক অপমান কৰে কৰিশ্মাই। নাগাৰা নামৰ গায়ন শৈলীৰ জৰিয়তে হঠাতে চৰ্চালৈ অহা কৰিশ্মা নাথে কান্ধৰ পৰা গামোচাখন তলত থৈ ভৰিৰে আঁতৰাই দিয়া কাৰ্যক লৈ বিতৰ্কৰ সূত্ৰপাত হয়।

Exit mobile version