মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীৰ সৈতে কামাখ্যাত আৰ্শীবাদ ল’লে অমিত শ্বাহে

0 min read
  • কামাখ্যা মন্দিৰত পৰিদৰ্শন কৰি মা কামাখ্যাৰ আৰ্শীবাদ ললে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংগ দিয়ে তেওঁক।
  • কামাখ্যাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
  • ইয়াৰ পিছতে মণিপুৰলৈ যাত্ৰা কৰিব অমিত শ্বাহে।
  • উল্লেখ্য দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণত আছে অমিত শ্বাহ।

You May Also Like

More From Author