Site icon Guwahati Times

মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ

 

বিগ ব্ৰেকিং নিউজ
Guwahati Times গুৱাহাটী টাইমচ

মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ।

বোকাখাতৰ টিপুজান চাহ বাগিচাত উদ্ধাৰ মৃত নাহৰফুটুকীটো।

নাহৰফুটুকীটো প্ৰায় তিনিদিন পূৰ্বে হত্যাৰ সন্দেহ স্থানীয় ৰাইজ তথা বন বিভাগৰ।

স্থানীয় ৰাইজে মৃত নাহৰফুটুকী বাঘটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগৰ লোকক।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Exit mobile version