Site icon Guwahati Times

মৰ্মান্তিক, শোকাৱহ! ভয়ংকৰ দুৰ্ঘটনাত একেলগে নিঃশেষ হৈ গ’ল পিতৃ-পুত্ৰৰ জীৱন

ধেমাজিৰৰ গোগামুখত ভয়ংকৰ দুৰ্ঘটনা। চাউলধোৱাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় দুজন লোকৰ। নৈশ বাছৰ সৈতে এখন টাটা নেকচন বাহনৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত মৃত্যু হয় লোক দুজনৰ।

গোগামুখৰ পৰা তেজপুৰ অভিমুখে গৈ আছিল নেকচন বাহনখন। সেই সময়তে বিপৰীত দিশৰ পৰা অহা নৈশ বাছ এখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। যাৰ ফলত নেকচন বাহনখনত থকা দুজনৰ লোকৰ থিতাতে মৃত্যু হয়।

Exit mobile version