Site icon Guwahati Times

শাওণ মাহত শিৱ লিংগৰ পূজা অৰ্চনা কি দৰে কৰা হয়

শিৱ লিংগত এইকেইপদ বস্তু দিয়াৰ লগে লগে আপোনালোকৰ ভাগ্যৰ দুৱাৰ মুকলি হব আৰু আপোনাৰ ঘৰখনত, ধনৰ বৃদ্ধি হব। দাম্পত্য জীৱনতে হওক বা, আপোনালোকৰ আন কিছু ক্ষেত্রতে হওক, আপোনালোকে সফলতা লাভ কৰিবলৈ সক্ষম হব।

যি কাম হাতত লৈ, সেয়া সোনকালে হৈ উঠিব। আৰু মহাদেৱৰ পৰম কৃপা লাভ কৰিব পাৰিব।

শিৱ লিংগত যদি গাখীৰ দি অভিষেক কৰিব পৰা যায় তেন্তে অত্যন্ত শুভ বুলি কোৱা হয়।

ৰঙা সুতা এডাল আপোনালোকে শিৱ লিংগত বান্ধিব, আৰু তাৰোপৰি শিৱ লিংগৰ ওপৰত ৰাখিব এটা কল। আৰু তাৰ ওপৰত আপোনালোকে গাখীৰ দি অভিষেক কৰিব।

এনে কৰিলে আপোনালোকৰ অতি সোনকালে মনৰ আশা পূৰ্ণ হব আৰু মহাদেৱৰ পৰম কৃপা দৃষ্টি লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব।

শিৱ লিংগৰ ওপৰত যদি আপোনালোকে বেলপাত এখিলা আৰু ৰঙা ফুল, এপাহৰ লগত বগা ফুল দি পূজা অৰ্চনা কৰে তেন্তে, আপোনালোকৰ অতি সোনকালেই মনৰ আশা পূৰ্ণ হব।

যিকোনো আশা কৰি যদি আপোনালোকে এনেদৰে পূজা অৰ্চনা কৰে, তেনেহলে আপোনালোকৰ মনৰ কামনা পূৰ্ণ হব। আৰু ঘৰখনো, আৰ্থিক ক্ষেত্রত উন্নতি হোৱা দেখিবলৈ পোৱা যাব।

শিৱ লিংগত গাখীৰ দি অভিষেক কৰাৰ আগত, শুদ্ধ পানী দি শিৱ লিংগ ধূই লব।

আৰু চন্দনেৰে এটা ফুট দিব। আৰু শিৱ লিংগৰ ওপৰত এপাহ ৰঙা ফুল ৰাখিব। ( Religious Studies )

ইয়াৰ পাছত গাখীৰ দি শিৱ লিংগৰ অভিষেক কৰিব। তেনে কৰিলে মহাদেৱ অতি সোনকালে সন্তুস্ত হয়। আৰু কেতিয়াও আপোনাৰ ঘৰখনত বেয়া শক্তিয়ে প্ৰহাৰ কৰিব নোঁৱাৰিব।

আৰু আপোনালোকৰ ঘৰখন অতিকৈ আপোন হৈ পৰিব সকলোৰে আগত।

কোনো এটা সোমবাৰে শিৱ মন্দিৰলৈ গৈ

ৰঙা ফুল পাঁচ পাহ আৰু বগা ফুল পাঁচ পাহ লৈ

লগতে চাৰি গচি বন্তি জ্বলাই লব।

আৰু মহাদেৱৰ ওচৰত সেৱা কৰি, “ঔঁ নমঃ শিৱাই” মন্ত্র উচ্চাৰণ কৰিব।

শিৱৰ যেতিয়া পূজা অৰ্চনা কৰিব, তেতিয়া কল নাৰিকল লব আৰু ৰঙা ফুল লবলৈ নাপাহৰিব।

শিৱ লিংগৰ ওপৰত তিনিপাত বেল পাত দি, ফুল চটিয়াই পূজা অৰ্চনা কৰিব।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Exit mobile version