Site icon Guwahati Times

শিৱসাগৰত এ টি এম চুৰি কাৰ্য।ATM Theft

শিৱসাগৰ: শিৱসাগৰ নগৰত পুণৰ এ টি এম চুৰি কাৰ্য সংঘটিত হৈছে। নিশা আন্ধাৰৰ সুযোগ লৈ ডকাইটে মেছিন সহ লুটি নিয়ে ইণ্ডিয়ান অভাৰচিজ বেংকৰ এ টি এম। শিৱসাগৰ নগৰৰ মাজমজিয়াত নিশা শিৱসাগৰ আৰক্ষী গিজগিজাই থকাৰ স্বত্তেও এনেধৰণৰ এ টি এম চুৰি কাৰ্য কেনেকৈ সংঘটিত হ’ল। ই এক প্ৰশ্ন উথাপিত হৈছে স্থানীয় লোকৰ মাজত। কিমান টকা মেচিন সহ লুট কৰিলে তাক এতিয়াও জানিব পৰা হোৱা নাই যদিও বহু লাখ টকা লুট কৰি নিয়াৰ সন্দেহ। শিৱসাগৰ আৰক্ষীয়ে ইৰিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে।

চেহনাজ নিছা Report GTM

Exit mobile version