শ্বিলঙৰ ‘লাবান’ত কাৰ্বি ভৱন কাৰ্বি ‘হেমতুন’ মুকলি GTM Desk 2 years ago শ্বিলঙৰ ‘লাবান’ত কাৰ্বি ভৱন কাৰ্বি ‘হেমতুন’ মুকলি ১০০ ছাত্ৰৰ বাবে কাৰ্বি ছাত্ৰাৱাসৰ আধাৰশিলা স্থাপন স্থাপন হ’ল ব্যৱসায়িক প্ৰকল্পৰো আধাৰশিলা অনুষ্ঠানত উপস্থিত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰী ক্ৰমে হিমন্ত বিশ্ব শৰ্মা, কনৰাড চাংমা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙো উপস্থিত থাকে অনুষ্ঠানত Share this: Share on Facebook (Opens in new window) Facebook Share on X (Opens in new window) X More Share on WhatsApp (Opens in new window) WhatsApp Email a link to a friend (Opens in new window) Email Share on LinkedIn (Opens in new window) LinkedIn Share on Telegram (Opens in new window) Telegram