Site icon Guwahati Times

শ্ৰীৰামপুৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিহীত ব্যবস্থা লোৱাৰ দাবী ৰাইজৰ

এই ভিডিওটো যোৱা কেইদিনমান পূৰ্বেৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ।

গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰৰ লগতে বিভিন্ন অঞ্চলত বিদ্যুৎ বিভাগৰ অনিয়মীয়া অতিষ্ঠ হৈ যোৱা কিছুদিন পূৰ্বে বিদ্যুৎ যোগানৰ প্ৰতিবাদত শ্ৰীৰামপুৰ অঞ্চলৰ ৰাইজে ক্ষুব্ধ হৈ পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও আজিলৈকে শ্ৰীৰামপুৰত বিদ্যুতৰ লুকাভাকু বন্ধ হোৱা নাই ফলত অঞ্চলটোৰ ৰাইজে গণ আন্দোলন কৰাৰ সিদ্ধান্ত লৈছে বুলি একাংশ ৰাইজে প্ৰকাশ কৰে।

Rafiqul Islam Report GTM

Exit mobile version