Site icon Guwahati Times

সপোনত দেৱী দুৰ্গা আৰু মা লক্ষ্মীক দেখিলে কি হয়

প্ৰিয় পাঠক সকল ,আজি আমি আপোনালোকৰ বাবে লৈ আহিছো ৰাতিৰ দেখা সপোনৰ ফলাফল।সকলো সপোনৰ বেলেগ বেলেগ অৰ্থ থাকে, ইয়াক সপোনৰ ফল বুলিও কয়। ( Assamese Fact )

সকলো মানুহে এটা নহয় এটা সপোন দেখেই, ই এটা মানুহৰ জীৱনৰ গুৰুত পূৰ্ণ বিষয়। যিহেতু সপোনৰ লগত মানুহৰ এটা ভাল সৰ্ম্পক থাকে ।শাস্ত্ৰত এনেকোৱা বহু কথা জানিবলৈ পোৱা যায়।সেই কাৰণে এই বিষয়ে জানিবলৈ সহজ হৈ পৰে। জানিবলৈ পোৱা যায় যে আপোনাৰ আহিব লগিয়া সময় খিনি কেনে দৰে পাৰ হ’ব, সপোনে আপোনাৰ ভবিষ্যতে কি ঘটিব পাৰে তাৰে সংকেত দিয়ে।

আজি আমি আপোনালোকক জনাম যে সপোনত যদি আপুনি কোনো দেৱী বা মা লক্ষ্মীৰ যিকোনো ৰূপত দশৰ্ন হয় তেন্তে জ্যোতিষ শাস্ত্ৰ মতে ইয়াৰ কি মহত্ব হয়।গতিকে এতিয়া জানো আহক সপোনত লক্ষ্মী মাৰ দশৰ্ণ হলে কি কথাৰ ইংগিত পোৱা যায়।
কোনো ব্যক্তিয়ে যদি সপোনত মা লক্ষ্মীক দেখা পায় তেন্তে জ্যোতিষ শাস্ত্ৰ মতে কোৱা যায় যে সেই ৱ্যক্তিজনত ঘৰলে অতি সোনকালে মা লক্ষ্মীয়ে বাস লব । অৰ্থাৎ মা লক্ষ্মীয়ে আপোনাৰ ঘৰত অতি সোনকালে আশীৰ্বাদ দিব আৰু লগতে ধন- সম্পতিয়ে ভৰি পৰিব।সপোনত মা লক্ষ্মী দৰ্শন হোৱাটো বহুত শুভ বুলি জনা যায় । মা লক্ষ্মী পূজা অৰ্চনা কৰিলে ঘৰত কেতিয়াও ধন-ধানৰ কমি নহয় ।

সপোনত যদি আপুনি ৰাধা মাক দেখা পাই তেতিয়া জানিব যে আপোনাৰ শৰিৰৰ শক্তি বিদ্ধি পাব।

আকৌ যদি আপুনি সপোনত দূৰ্গা মা দেখে তেন্তে আপোনাৰ শৰিৰৰ বেমাৰ আজাৰ দূৰ হব

 

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Exit mobile version