Site icon Guwahati Times

হাজোত লোকসভা নিৰ্বাচনী প্ৰচাৰৰ প্ৰথমখন সভা।

হাজোত লোকসভা নিৰ্বাচনী প্ৰচাৰৰ প্ৰথমখন সভা। কংগ্ৰেছ, বিজেপিক পিছ পেলাই তৃণমূল কংগ্ৰেছৰ গুৱাহাটী লোকসভা সমস্টিৰ প্ৰাৰ্থী মনোজ কুমাৰ শৰ্মাই হাজোৰ ৰামদিয়াত চলালে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী সভাত কংগ্ৰেছ , বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিৰাজ্যিক মুখপাত্ৰ ভৱানী কলিতাই । বিশেষকৈ বিজেপিৰ নাগৰিকত্ব সংশোধনী বিধেয়ক , কংগ্ৰেছৰ ভ্ৰস্টাচাৰ এই দুই বিষয়ত সোচ্ছাৰ হৈ পৰিল তৃণমূল কংগ্ৰেছ। গতিকে হাজোক তৃণমূল কংগ্ৰেছৰ দূৰ্গ হিচাপে লৈ গুৱাহাটী লোকসভা সমস্টি জয়ী হোৱাৰ আশা ৰাখিছে বুলি উল্লেখ কৰে প্ৰাৰ্থী মনোজ শৰ্মাই। এইক্ষেত্ৰত ভোটাৰ ৰাইজে পূৰ্ণ সহযোগিতা কৰিবলৈ অনূৰোধ জনায় প্ৰাৰ্থীগৰাকীয়ে।

Staff report, Guwahati Times.

Exit mobile version