Site icon Guwahati Times

হিমাচল প্ৰদেশত নদীৰ খৰস্ৰোতা পানীয়ে উটুৱাই লৈ গ’ল এখন প্ৰকাণ্ড বাছ ।

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ
হিমাচল প্ৰদেশত প্ৰথমে প্ৰবল বৃষ্টিপাত আৰু তুষাৰ ধুমুহা।
আৰু তাৰ পাছত বুকু কঁপি যোৱা বানৰ তাণ্ডৱ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিমাচল প্ৰদেশত।
চকুৰ সন্মুখতে নদীৰ বুকুত উটি গ’ল এখন বাছ।
হিমাচল প্ৰদেশত নদীৰ খৰস্ৰোতা পানীয়ে উটুৱাই লৈ গ’ল এখন প্ৰকাণ্ড বাছ ।
মুষলধাৰ বৰষুণৰ বাবে বিভিন্ন নদী আৰু বান্ধসমূহৰ পানী ফেনে ফুটুকাৰে বাঢ়িছে । সেয়েহে, খুলি দিয়া হৈছে কেইবাটাও বান্ধৰ গেট ।
NATIONAL DESK, GUWAHATI TIMES #guwahatitimes #flood #manali #himachal

Exit mobile version