Site icon Guwahati Times

হ্ৰাস পালে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম, ২০০ টকা হ্ৰাসৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটত

দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ ৰাখী বন্ধনৰ বিশেষ উপহাৰ।

হ্ৰাস পালে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম।

২০০ টকা হ্ৰাসৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটত।

সংবাদমেলত ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ।

Exit mobile version