Site icon Guwahati Times

২০২৪ত পাঁচটা ৰাজযোগৰ প্ৰভাৱত এই ৩ ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল

৭০০ বছৰ পিছত বিৰল মুহূৰ্তত মুখামুখি হ’ব বৃহস্পতি আৰু শুক্ৰ। জ্যোতিষৰ মতে, প্ৰায় ৭০০ বছঅৰ পিছত এই দুই ডাঙৰ গ্ৰহ মুখামুখি হ’ব।
ইয়াৰ ফলত শশ মহাপুৰুষ ৰাজযোগ, কেন্দ্ৰ ত্ৰিকোণ, মালব্য ৰাজযোগ আৰু নৱমঞ্চম, ৰুচক ৰাজযোগৰ গঠন হ’ব।
ফলত কেইবাটাও ৰাশিৰ লোকৰ জীৱনত যথেষ্ট প্ৰভাৱ পৰিবলৈ গৈ আছে।

এতিয়া চাওক ২০২৪ চনত কোনবোৰ ৰাশিয়ে ডাঙৰ লাভ কৰিবলৈ ওলাইছে।

মেষ ৰাশিৰ জাতক-জাতিকাই হয়তো বিদেশলৈ যোৱাৰ সুযোগ পাব। চাকৰিত পদোন্নতি পাব পাৰে, অভাৱনীয়ভাৱে হাতলৈ টকা আহিব পাৰে।

কন্যা ৰাশিৰ জাতক-জাতিকাই যথেষ্ট যশ-সন্মান লাভ কৰিব। হাতলৈ হঠাৎ যথেষ্ট ধন-টকা-পইচা আহিব পাৰে।

এতিয়া সঞ্চয়ই ডাঙৰ প্ৰভাৱ পেলাব পাৰে। এইবাৰ আপোনাৰ সৈতে সকলোতকৈ ভাল হ’ব পাৰে।

বিদেশ ভ্ৰমণৰ লগতে চাকৰিটোতো ডাঙৰ সফলতা আহিব পাৰে। বৃহস্পতি আৰু শুক্ৰৰ কৃপাত এইবাৰ জীৱনৰ উন্নতি হ’ব, জীৱনত বহুত ভাল ফলাফল লাভ কৰিব।
মকৰ ৰাশি হাতলৈ প্ৰচুৰ ধন আহিব। চাকৰিত পদোন্নতি হ’ব পাৰে।

বিশেষকৈ মডেলিং, মিডিয়া, অভিনয়, সংগীত, মিডিয়া আদিৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হ’বলৈ গৈ আছে ৷

Exit mobile version