Site icon Guwahati Times

৮০ দিনৰ পাছতো পৃথিৱীলৈ ঘূৰি আহিব পৰা নাই সুনীতা উইলিয়ামছ!

৮০ দিনৰ পাছতো পৃথিৱীলৈ ঘূৰি আহিব পৰা নাই সুনীতা উইলিয়ামছ;২০২৫ৰ ফেব্ৰুৱাৰীলৈ মহাকাশতে থাকিব লাগিব সুনীতা উইলিয়ামছ

ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বেৰী বাচ্চ উইলমৰে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা পৃথিৱীলৈ উভতি আহিব । আমেৰিকাৰ মহাকাশ সংস্থা নাছাই শনিবাৰে (২৪ আগষ্ট) এই বিবৃতিত এই তথ্য প্ৰদান কৰিছে ।

অৱশেষত নাছাই স্বীকাৰ কৰি ল’লে যে আই এছ এছত আবদ্ধ হৈ থকা মহাকাশচাৰী দুজনক বয়িঙৰ নতুন ষ্টাৰলাইনাৰ কেপচুলত অনাটো বিপদজনক হ’ব পাৰে। দুয়োজন মহাকাশচাৰীকে ৫ জুনত একেখন মহাকাশযানেৰে আই এছ এছলৈ প্ৰেৰণ কৰা হৈছিল। এইটোৱেই আছিল ষ্টাৰলাইনাৰ কেপচুলৰ প্ৰথম উৰণ।

Exit mobile version