Site icon Guwahati Times

ৰঙিয়া আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী, লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ জব্দ

ৰঙিয়া আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী। সৰবৰাহকাৰীজন হৈছে ৰঙিয়া বালাগাঁৱৰ কামৰুল জামান। মাৰাত্মক হেৰ’ইনসহ কামৰুল জামানক গ্ৰেপ্তাৰ কৰে ৰঙিয়া আৰক্ষীয়ে।

ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলিছিল অভিযান। ধৃত কামৰুল জামানৰ ঘৰত আৰক্ষীয়ে তালাচী চলাই ১১ গ্ৰাম ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে কামৰূল জামানক। ড্ৰাগছখিনিৰ মূল্য লক্ষাধিক টকা। বৰ্তমান ৰঙিয়া আৰক্ষীয়ে তালাচী অব্যাহত ৰাখিছে।

Exit mobile version