Site icon Guwahati Times

ৰবিবাৰে গুৱাহাটী ৰেইলৱে ষ্টেচনত উদ্ধাৰ কৰা হয় এটা .২২ পিষ্টল সহ ৩০ জাই সজীৱ গুলী।

ৰবিবাৰে পুৱা ৭:৩০ বজাত নামনিমুৱা কামৰূপ এক্সপ্ৰেছত ৰেইলৱে আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে মৰানস্ত্ৰ খিনি। ৰেইলখন ষ্টেচনৰ ১ নং প্লেটফৰ্মত ৰখাই থোৱাৰ সময়তে ১১ নম্বৰ ডবাত উদ্ধাৰ হয় সামগ্ৰীখিনি। দবাটোৰ টইলেটত ৰাখিছিল মৰানস্ত্ৰটো। বৰ্তমানলৈকে কোনে সেইখিনি ডবাৰ টইলেটত ৰাখিলে তাৰ কোনো শুং সূত্ৰ লাভ কৰা নাই ৰেইলৱে আৰক্ষীয়ে।

News Desk Report GTM

Exit mobile version