Site icon Guwahati Times

ৰাজেন গোহাঁইৰ এতিয়া নাতিৰ লগত খেলাৰ বয়স,হৰিনাম লওক :মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

‘ৰাজেন গোহাঁইৰ এতিয়া নাতিৰ লগত খেলাৰ বয়স,

ৰাজেন গোহাঁইক চাৰিবাৰ কৈ সাংসদ বনাইছে,

এবাৰ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈছে, ৰাজ্যিক দলৰ সভাপতি হৈছে,

ইয়াতকৈ বেছি আশা কৰাতো ভূল

Exit mobile version