Site icon Guwahati Times

গোসাঁইগাঁৱৰ বাবুবিলত বিটিআৰ চৰকাৰৰ অনচাই বিথাংখী আচঁনিৰ চেক বিতৰণ

 

গোসাঁইগাঁও মহকুমাৰ বাবুবিলত স্থিত বাবুবিল ভিচিডিচিৰ প্ৰেক্ষাগৃহত আজি বিটিআৰ চৰকাৰৰ অনচাই বিথাংখী আচঁনিৰ চেক বিতৰণ কৰা হয়।দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে আন আন লোক সকলক তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত সকাহ দিবলৈ বিটিআৰ চৰকাৰৰ ফালৰ পৰা পাচঁ হেজাৰ টকাকৈ চেক প্ৰদান কৰে।বিধায়ক জিৰন বসুমতাৰী,বিটিআৰৰ কাৰ্য্যবাহী সদস্য উইলছন হাসদাৰ উপস্থিতিত ইউপিপিএলৰ গুমা ব্লকৰ অন্তৰ্গত ৫১গৰাকী হিতাধীকাৰিক উক্ত আচঁনিৰ চেক প্ৰদান কৰে।

Exit mobile version