– Guwahati Times
September 18, 2018

পাঠশালাত টায়াৰ জ্বলাই ৰাজপথ অৱৰোধ প্ৰতিবাদকাৰীৰ।
বিশ্বকৰ্মা পূজাৰ দিনাই বিদ্যুত্‍ নথকাত শক্তি বিভাগৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ।
পাঠশালাত ৮-৯ ঘণ্টাপৰ্যন্ত বিদ্যুত্‍ কৰ্তন।
মদন ৰাউতা চিভিল হাস্পতালত হাহাকাৰৰ পৰিস্থিতি। প্ৰায় আধা ঘণ্টা ধৰি বিদ্যুত্‍ নাই হাস্পতালখনত।

error: Content is protected !!