Site icon Guwahati Times

পল্টনবজাৰৰ চিটী পেলেচ হোটেলত যুৱতীৰ মৃতদেহ…

পল্টনবজাৰৰ চিটী পেলেচ হোটেলত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে। হোটেলৰ কোঠা ভাৰালৈ লৈ যুৱতীগৰাকীয়ে পাৰ্টী কৰিছিল দুই যুৱকৰে। গুৱাহাটী আইআইটিত অধ্যয়নৰত মৃত পুল্লুৰী আচাৰ্য্য আৰু পাৰ্টীত সহযোগ কৰা দুই যুৱক। তিনিও তেলেংগানাৰ পৰা আহি অধ্যয়ন কৰি আছিল আইআইটি গুৱাহাটীত। ইতিমধ্যে পল্টনবজাৰ আৰক্ষীয়ে আটক কৰিছে পাৰ্টীত থকা দুই ছাত্ৰক।

Exit mobile version