2 Arrested from Kamakhya Railway Station.

1 min read

কামাখ্যা ৰেল ষ্টেচনত নুৰ হুছেইন আৰু সাদেক আলি নামৰ দুজন গ্ৰেপ্তাৰ।

কামাখ্যা ৰেল ষ্টেচনত ৰাতিপুৱাই RPF য়ে অভিযান হঠাৎ অভিযান চলায়। অভিযানত আটক নিচাজাতীয় টেবলেট ৰ সৈতে দুজন যুৱক। দীৰ্ঘদিন ধৰি ৰেল যাত্ৰীক টেবলেট খোৱাই লুত পাত চলাই আছিল চলন্ত ৰেলত। গোপন সূত্ৰৰ পম খেদি আটক কৰে নুৰ হুছেইন আৰু সাদেক আলি নামৰ ধুবুৰী ৰ দুই জন যুৱকক।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

You May Also Like

More From Author