Day: July 26, 2018

পল্টন বজাৰ ৰেল ষ্টেচনত ২ লাখ ৪০ হাজাৰ মূল্যৰ ৪০ কেজি গাঞ্জা উদ্ধাৰ নামনিমুৱা ৰেল এক্সপ্ৰেছৰ পৰা উদ্ধাৰ।

26th July 2018

বিগ ব্ৰেকিং নিউজ কেবল মাত্ৰ গুৱাহাটী টাইমছৰ হাতত পল্টন বজাৰ ৰেল ষ্টেচনত ২ লাখ ৪০ হাজাৰ মূল্যৰ ৪০ কেজি গাঞ্জা উদ্ধাৰ নামনিমুৱা ৰেল এক্সপ্ৰেছৰ পৰা উদ্ধাৰ। এই গাঞ্জা খিনি ২৪টা পেকেটত ভৰাই লৈ আহিছিল।

Read More

ব্ৰেকিং নিউজ গুৱাহাটী টাইমছৰ হাতত এন আৰ চিক লৈ গুৱাহাটী প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক।

26th July 2018

ব্ৰেকিং নিউজ গুৱাহাটী টাইমছৰ হাতত এন আৰ চিক লৈ গুৱাহাটী প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত  গুৰুত্বপূৰ্ণ বৈঠক। ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিক লৈ বৈঠক খন অনুষ্ঠিত হয়। উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল লগতে ডিজিপি, জিলাৰ উপায়ুক্ত,আৰক্ষী আৰু এন আৰ চি কৰ্তৃপক্ষ

Read More

TN Woman Dies After Using YouTube Videos to Attempt Home Birth

26th July 2018

TN Woman Dies After Using YouTube Videos to Attempt Home Birth http://dhunt.in/4nlpy?s=a&ss=wsp via Dailyhunt

Read More

West Bengal Assembly passes bill to change state’s name to ‘Bangla’.

26th July 2018

It will be “Bangla” in all languages, according to a leader of West Bengal’s ruling Trinamool Congress led by Chief Minister Mamata Banerjee. The state is currently called “Paschim Banga” or “Paschim Bangla” in Bengali.  

Read More

অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি , জকাই সত্ৰৰ সত্ৰাধিকাৰ , সত্ৰীয়া সংস্কৃতিৰ সাধক , প্ৰচাৰ প্ৰসাৰক সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ দেৱ গোস্বামীৰ বিয়োগত শোকত ভাগি পৰে সমগ্ৰ অসমবাসী। গুৱাহাটী টাইমছৰ ফালৰ পৰাও জনালোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।

26th July 2018

অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি , জকাই সত্ৰৰ সত্ৰাধিকাৰ , সত্ৰীয়া সংস্কৃতিৰ সাধক , প্ৰচাৰ প্ৰসাৰক সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ দেৱ গোস্বামীৰ বিয়োগত শোকত ভাগি পৰে সমগ্ৰ অসমবাসী। গুৱাহাটী টাইমছৰ ফালৰ পৰাও জনালোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।

Read More

বিগ ব্ৰেকিং নিউজ কেবল মাত্ৰ গুৱাহাটী টাইমছৰ হাতত

26th July 2018

  গুৱাহাটীস্হিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপ পৰীক্ষা নিয়এক অৰূপজ্যোতি দেৱশৰ্মাক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।বিশ্ববিদ্যালয়ৰ ছাএ-ছাত্ৰী সকলৰ পৰা উৎকোচ লৈ তাৰ বিনিময়ত পৰীক্ষাত উত্তীৰ্ণ কৰি দিয়াৰ অভিযোগত মংগলবাৰে আৰক্ষীয়ে অৰূপজ্যোতি দেৱশৰ্মাক গ্ৰেপ্তাৰ কৰে।

Read More
error: Content is protected !!