Day: May 16, 2019

মঙলদৈত এশ শতাংশৰে উজলিল নগৰবাহী জোনজ্যোতি জাতীয় বিদ্যালয়

16th May 2019

উতফুল্লিত স্থানীয় ৰাইজ মঙলদৈৰ পৰা মকছেদ আলি, ৰিপৰ্ট, ১৫ মে’ : সদ্য ঘোষিত এইবছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশৰে উজলিল দৰং জিলাৰ মঙলদৈৰ নিকটৱৰ্তী জোন জ্যোতি জাতীয় বিদ্যালয় । ফলাফল অনুসৰি এইবাৰ বিদ্যালয় খনৰ পৰা ২০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ২০ গৰাকীয়েই সুখ্যাতিৰে উত্তীৰ্ণ হয় । ইয়াৰে প্ৰথম বিভাগত ১৮ গৰাকী আৰু দ্বিতীয় […]

Read More
error: Content is protected !!