Top News

শ্বহীদ সুনীল কলিতাৰ পত্নীৰ বিষয়ে অশ্লীল কমেন্ট কৰি কাশ্মীৰত কামৰূপ আৰক্ষীৰ জালত পৰিল শ্বাহীল আব্বাছ।

1 min read

অপৰাধীটোক ইতিমধ্যে গুৱাহাটীলৈ লৈ অহা হৈছে। বিমানবন্দৰত তদন্তকাৰী বিযষয়াই কয় যে CRPF সেনাৰ সহযোগতহে শ্বাহীলক আনিবলৈ সক্ষম হৈছে।