পানেৰী বাসীৰ বাবে সুখৱৰ | পানেৰীস্থিত নিউ মা মটৰচ’ত এতিয়াৰে পৰা উপলব্ধ হ’ল ট্ৰেক্টৰ | যদি আপুনি নতুন ট্ৰেক্টৰ এখন ক্ৰয় কৰিম বুলি ভাৱি আছে, তেন্তে দেৰি নকৰি সোনকালে আহঁক ওদালগুৰি জিলাৰ পানেৰীত থকা বাবুল আলীৰ স্বত্বাধিকাৰীৰ নিউ মা মটৰচ নামৰ ডিলাৰ খনত | য’ত সহজতে আপুনি আপোনাৰ মন পছন্দৰ ট্ৰেক্টৰ এখন কিনি ঘৰলৈ লৈ যাব পাৰিব | হয়, দলগাওঁৰ ইশ্বান এগ্ৰো ফাৰ্মে পানেৰী বাসীৰ সহায় হোৱাকৈ দৰং-ওদালগুৰিৰ বিভিন্ন প্ৰান্তৰ লগতে পানেৰীটো এখন ট্ৰেক্টৰৰ ডিলাৰ মুকলি কৰে | ডিলাৰ খন মাংগলিত ৰীতি-নীতিৰে মুকলি কৰে পানেৰী আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক ভূবনেশ্বৰ ৰয় য়ে | এখন বাহন কিনিব গলে গৰাকীয়ে বহু ঠাইত নিজৰ কাগজ-পাতিৰ বাবে বহু হাবাথুৰি খাবলগীয়া হয় | তেনে কোনো অসুবিধা নোহোৱাকৈ লগতে ফাইনেন্সৰ সু-ব্যৱস্থাৰ জৰিয়তে গ্ৰাহকে নিজৰ মন পছন্দৰ ট্ৰেক্টৰ এখন নিই মা মটৰচ’ৰ পৰা ক্ৰয় কৰি ঘৰলৈ নিব পাৰিব বুলি ইশ্বান এগ্ৰো ফাৰ্মৰ লোকে জানিবলৈ দিয়ে | আনহাতে পানেৰী অঞ্চলৰ ৰাইজৰ বাবে নতুনকৈ ট্ৰেক্টৰৰ ডিলাৰ মুকলি কৰিবলৈ পায় আনন্দিত বুলি মন্তব্য আগবঢ়াই নিউ মা মটৰচ’ৰ স্বত্বাধিকাৰ বাবুল আলীয়ে | লগতে কয় যে ট্ৰেক্টৰৰ বাহিৰে বাইক আৰু ই-ৰিক্সা বাহনো এইখন ডিলাৰ সহজতে পাব | অধিক জানিবলৈ 8723068735 নম্বৰটিত যোগাযোগ কৰিবলৈ বাবুল আলীয়ে আহ্বান জনায় |
পানেৰীৰ নিউ মা মটৰচ’ত মুকলি হ’ল ট্ৰেক্টৰৰ নতুন ডিলাৰ
Posted on by GTM Desk

1 min read
You May Also Like
ৰাজীৱ শদিয়াৰ পৰিয়াললৈ মৰ্মিতা মিত্ৰৰ সহায়ৰ হাত
February 11, 2025
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
More From Author
ৰাজীৱ শদিয়াৰ পৰিয়াললৈ মৰ্মিতা মিত্ৰৰ সহায়ৰ হাত
February 11, 2025
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025