🛑এছিয়ান গেমছৰ বাবে ঘোষিত ভাৰতীয় চিনিয়ৰ মহিলা ক্ৰিকেট দলত স্থান লাভ অসমৰ উমা ছেত্ৰীৰ।
🛑 হৰমনপ্ৰিত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোত স্থান লাভ কৰিছে উইকেট কীপাৰ বেটছমেন উমা ছেত্ৰীয়ে।
🛑 BCCIয়ে ঘোষণা কৰিলে দলটো। অহা ১৯ পৰা ২৮ ছেপ্টেম্বৰলৈ চীনৰ হনঝৌত অনুষ্ঠিত হ’ব ঊনবিশংতম এছিয়ান গেমছ ।
এছিয়ান গেমছ-২০২৩ৰ বাবে ভাৰতীয় ক্রিকেট দল ঘোষণা, অসমৰ উমা ছেত্ৰীৰ স্থান লাভ
Posted on by GTM Desk

1 min read
You May Also Like
হাতীগাৱঁৰ অভিজাত ফ্লেটত যুৱতীৰ ৰহস্যজনক মৃত্যু ঘটনা
December 3, 2023
আপুনি জানেনে কিয় ভগৱান শিৱক লিংগ ৰূপত পূজা কৰা হয়?
December 2, 2023
More From Author
হাতীগাৱঁৰ অভিজাত ফ্লেটত যুৱতীৰ ৰহস্যজনক মৃত্যু ঘটনা
December 3, 2023
আপুনি জানেনে কিয় ভগৱান শিৱক লিংগ ৰূপত পূজা কৰা হয়?
December 2, 2023