পুনৰ আন এজন আৰক্ষী কনিষ্টবলক চাকৰিৰ পৰা বৰ্খাস্ত৷ কনিষ্টবল নীৰনধৰ পাৱেক চাকৰিৰ পৰা বৰ্খাস্ত৷ গোগামুখত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল কনিষ্টবলজন৷ ৬ জানুৱাৰীত ধেমাজিৰ বৰদলনি আৰক্ষী চকীৰ পৰা হৈছিল গ্ৰেপ্তাৰ৷ মহিলাৰ পৰা গোচৰ মীমাংসাৰ নামত ২৫,০০০ টকা দাবী কৰিছিল নীৰনধৰ পাৱেকে৷
কনিষ্টবল নীৰনধৰ পাৱেক চাকৰিৰ পৰা বৰ্খাস্ত৷
Posted on by GTM Desk

1 min read
You May Also Like
ম্যানমাৰ’ৰ মন্তব্যক লৈ কপিল ছিবালক ক্ষমা খুজিবলৈ দাবী দেৱব্ৰত শইকীয়াৰ
December 10, 2023
মিত্ৰতা নকৰালৈকে হাৰিয়েই থাকিব কংগ্ৰেছ : বদৰুদ্দিন আজমল
December 10, 2023
গুৱাহাটী হ’ব ক্লীন, নাথাকিব ডাষ্টবিন!
December 10, 2023
More From Author