ৰবিবাৰৰ দিনা-কিদৰে সূৰ্য্যদেৱক জল অৰ্পণ কৰিব জানি লওক..

1 min read

ৰবিবাৰৰ দিনা-কিদৰে সূৰ্য্যদেৱক জল অৰ্পণ কৰিব!

*তামৰ পাত্ৰত জল লৈ-

ঔম সূৰ্য্যয় নমাহঃ মন্ত্ৰটিৰ জাপ কৰি-উদয় হোৱা সূৰ্য্যক  জল অৰ্পণ কৰিব লাগে।ইয়াৰ পাছত-ঔম আদিত্যায়ে নমাহঃ মন্ত্ৰটিৰ জাপ কৰি সূৰ্য্যক প্ৰণাম কৰিব লাগে।ভগৱান সূৰ্য্যক অৰ্পণ কৰা জল-টামৰ পাত্ৰত গোটাই মদাৰ গছত অৰ্পণ কৰিব লাগে।মদাৰ গছত জল অৰ্পণ কৰিব নোঁৱাৰিলে-তুলসীত অৰ্পণ কৰিব লাগে।

*ৰবিবাৰে-কি বস্তুৰ দান কৰিব লাগে-

*অহসায় লোকক ৰবিবাৰৰ দিনা-ঘেহুঁ-গুড়,গাত লোৱা কাপোৰ,কম্বল আদি দান কৰিব লাগে।এই মাহৰ কোনো এটা ৰবিবাৰে চাউল আৰু অন্য খোৱাৰ সামগ্ৰী-দান কৰাৰ বিধানৰ কথা কোৱা হৈছে।লগতে কোনো গো-শালত ঘাঁহ আৰু কিছু ধন দান কৰিব লাগে।

ৰবিবাৰৰ দিনা-এই কেইটা কাৰ্য্য কৰিব নালাগে-

*ৰবিবাৰ প্ৰকৃতিৰ ধ্ৰুব হয়। ৰবিবাৰে সূৰ্য্য দেৱতাৰ দিন হয়। ৰবিবাৰৰ দিনটো ভগৱান বিষ্ণু আৰু সূৰ্য্যদেৱৰ দিন হয়।হিন্দু ধৰ্মত-ৰবিবাৰক সৰ্বশ্ৰেষ্ঠ বাৰ বুলি কোৱা হয়।সু-স্বাস্থ্য আৰু তেজস্বিতা পাবলৈ- ৰবিবাৰে উপবাস কৰিব লাগে।প্ৰচলনৰ দ্বাৰা সপ্তাহৰ প্ৰথম বাৰ-সোমবাৰে মনা হয় কাৰণ-ৰবিবাৰে বন্ধৰ বাবে-ঘোষিত হয়।কিন্তু শুদ্ধৰ অনুসাৰে-ৰবিবাৰে সপ্তাহৰ প্ৰথম বাৰ হয়।

*ৰবিবাৰে এই কাৰ্য্যসমূহ কৰিব নালাগে-

১/ৰবিবাৰৰ দিনা পশ্চিম আৰু বায়ব্য দিশৰ ফালে যাত্ৰা কৰিব নালাগে।এই দিশৰ ফালে-যাত্ৰাৰ প্ৰয়োজন হলে-ৰবিবাৰে-দালিয়া, পাণ, বা ঘীউ খায়-পাঁচ খোজ পাচলৈ গৈ হে-এই দিশৰ ফালে যাব লাগে।কাৰণ-এই দিনত বিশেষকৰি পশ্চিমৰ দিশত শূল থাকে।

২/ৰবিবাৰে-তামৰ দ্বাৰা নিৰ্মিত সামগ্ৰী বেচাৰ পৰা দূৰৈত থাকিব লাগে।তামৰ বাহিৰে-সূৰ্য্যৰ লগত সম্বন্ধিত অন্য ধাতু বা বস্তু বেচিব নালাগে।

৩/ৰবিবাৰৰ দিনা-

নীলা-ক’লা,আৰু গ্ৰে ৰংৰ কাপোৰ পিন্ধিব নালাগে।ক’লা বা নীলাৰ লগত মিলা কাপোৰো পিন্ধিব নালাগে।

৪/ৰবিবাৰৰ দিনা নিমখ খাব নালাগে।ইয়াৰ দ্বাৰা স্বাস্থ্যৰ সানি হয়।আৰু প্ৰতিটো কাৰ্য্যতে বাধা আহে।বিশেষ কৰি সূৰ্য্যাস্তৰ পাছত নিমখ খাব নালাগে।

 

 

৫/ৰবিবাৰৰ দিনা সহবাস আৰু এইদিনা মাংস-মাদক দ্ৰব্য-সেৱন কৰিব নালাগে।এইদিনা শনিৰ লগত সম্বন্ধিত পদাৰ্থৰ সেৱন কৰিব নালাগে।

৬/ৰবিবাৰৰ দিনা-চুলি কাটিলে-সূৰ্য্য দুৰ্বল হয়।

৭/ৰবিবাৰৰ দিনা তেল মালিচ কৰাবও নালাগে।কাৰণ এই দিন সূৰ্য্যৰ দিন হয় আৰু তেল শনিৰ হয়।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

 

You May Also Like

More From Author