এইবাৰ শুৱালকুছি থানাৰ এজন ASI গ্ৰেপ্তাৰ হ’ল

1 min read

🛑এইবাৰ শুৱালকুছি থানাৰ এজন ASI গ্ৰেপ্তাৰ হ’ল ৷
🛑দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিলে ASI জয়নাল আলিক ৷
🛑কিছুসময় পূৰ্বে গ্ৰেপ্তাৰ হৈছে ASI জয়নাল আলি
🛑এতিয়াও শুৱালকুছি থানাত অভিযান চলি আছে দুৰ্নীতি নিবাৰক শাখাৰ ৷

You May Also Like

More From Author