কোকৰাঝাৰত হত্যাকাণ্ড৷ এগৰাকী গৃহৰক্ষী জোৱানক হানি-খুঁচি হত্যা দুৰ্বৃত্তৰ৷ গৃহৰক্ষী জোৱানজন বাসুদেৱ কিস্কু বুলি চিনাক্ত৷ আমগুৰিৰ দাবলেগাঁৱত সংঘটিত এই হত্যাকাণ্ড৷ বাসুদেৱ কিস্কুৰ ঘৰ চিৰাঙৰ গুৰুভাষা ৰাবনঘাট গাঁৱত৷ বাসুদেৱক কোনে হত্যা কৰিলে সেই সন্দৰ্ভত নাই কোনো তথ্য৷
গৃহৰক্ষী জোৱানক হানি-খুঁচি হত্যা দুৰ্বৃত্তৰ
Posted on by GTM Desk

1 min read
You May Also Like
More From Author
দৰং জিলাত উৎখাত দেহ ব্যৱসায়ী চক্ৰ…
December 6, 2023
Government Firm with Social Media Platforms over Deepfake Concerns
December 6, 2023