🔴 এইবাৰ উৎকোচ লৈ হাত ডাঙিলে বিদ্যালয়ৰ উচ্চবৰ্গৰ সহায়কে।
🔴 উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ অভয়াপুৰী বৰজান হাইস্কুলৰ উচ্চবৰ্গৰ সহায়ক এবাদত আলী আহমেদ।
🔴 ‘জয় মা কালী’ নামৰ এখন হোটেলত উৎকোচ গ্ৰহণৰ সময়তেই ভিজিলেন্সৰ দলে গ্ৰেপ্তাৰ কৰে এবাদত আলী আহমেদক।
🔴 NPS একাউণ্টৰ বদলিকৰণৰ নামত লৈছিল উৎকোচ।
উৎকোচ লৈ পুনৰ হাত ডাঙিলে চৰকাৰী কৰ্মচাৰীয়ে
Posted on by GTM Desk

1 min read
You May Also Like
‘কোনো কাৰণতে বলৱৎ হ’বলৈ দিয়া নহ’ব নাগৰিকত্ব সংশোধনী আইন’ : অখিল গগৈ
November 28, 2023
বিবাহপাশত আবদ্ধ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি
November 28, 2023
More From Author
‘কোনো কাৰণতে বলৱৎ হ’বলৈ দিয়া নহ’ব নাগৰিকত্ব সংশোধনী আইন’ : অখিল গগৈ
November 28, 2023
বিবাহপাশত আবদ্ধ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি
November 28, 2023