মহানগৰীৰ ফটাশিল আমবাৰীত ড্ৰাগছ, গাঞ্জা, নগদ ধনসহ গ্ৰেপ্তাৰ এগৰাকী মহিলা

0 min read

🔴মহানগৰীৰ ফটাশিল আমবাৰীত ড্ৰাগছ, গাঞ্জা, নগদ ধনসহ গ্ৰেপ্তাৰ এগৰাকী মহিলা
🔴ধৃত মহিলাগৰাকীৰ নাম যমুনা বিশ্বাস
🔴অপৰাধ শাখাৰ অভিযানত মহিলাগৰাকীৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী
🔴অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰি ফটাশিল আৰক্ষীক গতাই দিয়ে মহিলাগৰাকীক

You May Also Like

More From Author