- লখিমপুৰ বাইপাছৰ বোৱালগুৰিত ভয়ংকৰ দুৰ্ঘটনা।
- বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা।
- ট্রাকত খুন্দা মাৰুতি ব্রেজা বাহনৰ।
- থিতাতে নিহত এগৰাকী যুৱতী।
- ব্রেজা বাহনখনৰ দুই যুৱকৰ অৱস্থাত সংকটজনক।
- এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃত যুৱতীগৰাকী।
- দুৰ্ঘটনাগ্রস্ত মাৰুতি ব্রেজা বাহখনৰ নম্বৰ AS-07 M 3904।
- ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
লখিমপুৰৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল যুৱতীৰ, এতিয়ালৈকে হোৱা নাই চিনাক্ত
Posted on by GTM Desk

1 min read
You May Also Like
More From Author
দৰং জিলাত উৎখাত দেহ ব্যৱসায়ী চক্ৰ…
December 6, 2023
Government Firm with Social Media Platforms over Deepfake Concerns
December 6, 2023