🔴মহানগৰীৰ চন্দ্ৰপুৰত ভয়ংকৰ দুৰ্ঘটনা
🔴সুৰামত্ত চালকে মহটিয়ালে মহিলাসহ এখন বাহন
🔴দুৰ্ঘটনাত আহত গংগা চৌধুৰী নামৰ এগৰাকী মহিলা
🔴চন্দ্ৰপুৰৰ পৰা নাৰেংগী অভিমুখী আছিল বাহনখন
🔴মহানগৰীৰ চন্দ্ৰপুৰৰ ভয়ংকৰ দুৰ্ঘটনাত আহত গংগা চৌধুৰীৰ মৃত্যু
🔴GMCHত মৃত্যু হয় মহিলাগৰাকীৰ
🔴সুৰামত্ত চালকে মহটিয়াই নিছিল মহিলাসহ এখন বাহন
🔴চন্দ্ৰপুৰৰ পৰা নাৰেংগী অভিমুখী আছিল দুৰ্ঘটনা সংঘটিত কৰা বাহনখন