Month: August 2024

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানৰ অসম ভ্ৰমণ, চিৰাং জিলাৰ উন্নয়ন প্ৰকল্প আৰু আঁচনি পৰিদৰ্শন

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানৰ অসম ভ্ৰমণ, চিৰাং জিলাৰ উন্নয়ন প্ৰকল্প আৰু আঁচনি পৰিদৰ্শন

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে অসমৰ চিৰাং জিলা ভ্ৰমণ কৰি কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনিৰ শেহতীয়া স্থিতি আৰু অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৃহস্পতিবাৰে ড০ মুৰুগানে উপায়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, শিক্ষা (প্ৰাথমিক আৰু মাধ্যমিক), ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী,

বাতিল হ’ল ‘দ্যা আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভ’ৰ্চ ৰেজিষ্ট্ৰেচন এক্ট-১৯৩৫’

বাতিল হ’ল ‘দ্যা আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভ’ৰ্চ ৰেজিষ্ট্ৰেচন এক্ট-১৯৩৫’

অসম বিধানসভাত আজি গৃহীত হয় ‘দ্যা আছাম ৰিপিলিং বিল-২০২৪’। ইয়াৰ লগে লগে বাতিল হ’ল ‘দ্যা আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভ’ৰ্চ ৰেজিষ্ট্ৰেচন এক্ট-১৯৩৫’। এতিয়াৰে পৰা এই আইনৰ স্থান ল’ব ‘Assam Compulsory Registration of Muslim Marriages and Divorces Bill, 2024’য়ে। বিধানসভাত এই বিল গৃহীত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়,

গুৱাহাটীৰ বাণিজ্যিক মলসমূহৰ স্বত্বাধিকাৰী, প্ৰতিনিধিৰে আৰক্ষীৰ বৈঠক

গুৱাহাটীৰ বাণিজ্যিক মলসমূহৰ স্বত্বাধিকাৰী, প্ৰতিনিধিৰে আৰক্ষীৰ বৈঠক

বৈঠকত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ প্ৰতিখন শ্বপিং মলৰ স্বত্বাধিকাৰী, মেনেজাৰলৈ নিৰ্দেশনা৷ পৰৱৰ্তী আলোচনাৰ সময়ত প্ৰতিখন শ্বপিং মলৰ স্বত্বাধিকাৰী নাইবা মেনেজাৰ উপস্থিত থাকিব লাগিব৷ আলোচনাত উপস্থিত নাথাকিলে ১২ঘণ্টা ধৰি কাৰ্যালয়ত বহুৱাই ৰাখিম বুলি সকীয়নি বৰাৰ ৷

ঘোষণা হ’ল ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বহু অপেক্ষিত অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ সময়সূচী

ঘোষণা হ’ল ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বহু অপেক্ষিত অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ সময়সূচী

পূৰ্বেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা অনুসৰিয়েই অহা ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব লিখিত পৰীক্ষাসমূহ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগে জাৰি কৰা এক জাননী অনুসৰি ১৫ ছেপ্টেম্বৰৰ পুৱা ১০-৩০ বজাৰ পৰা দিনৰ ১-৩০ বজালৈ তৃতীয় বৰ্গৰ HSSLC পৰ্যায়ৰ তৃতীয়খন কাকতৰ লিখিত পৰীক্ষা অনুস্থিত হ’ব।