গুৱাহাটীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ আৰক্ষীৰ। SI জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত হঠাৎ আত্মপ্ৰকাশ ঘটিছিল হাছিনাৰ। নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিবলৈ হাছিনাই ধন লোৱাৰ আভিযোগ। বিহপুৰীয়া OC আৰু বঙালমৰা ICৰ নামত ধন লৈছিল হাছিনাই। নিজৰ মতে নচলিলে আৰক্ষী বিষয়াকো হাছিনাই দিয়ে বদলিৰ ভাবুকি। হাছিনাৰ বিৰুদ্ধে তথ্য-প্ৰমাণ লাভৰ পাছতে আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ। মহানগৰীৰ গণেশগুৰিৰ এখন হোটেলৰ পৰা নিশা গ্ৰেপ্তাৰ লখিমপুৰ আৰক্ষীৰ। হাছিনাৰ আন এগৰাকী সহযোগী ফকৰুদ্দিনকো হোটেলৰ পৰাই গ্ৰেপ্তাৰ। একেটা কোঠালিৰ পৰা নিশা গ্ৰেপ্তাৰ দুয়োকে।
নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল হাছিনা বেগমক
Posted on by GTM Desk
1 min read
You May Also Like
ৰিলচ্ প্ৰেমত প্ৰতাৰণা: বিয়া কৰাই এৰি থৈ পলাল পত্নীক: আৰক্ষীক গোচৰ
September 10, 2024
অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন
September 9, 2024