ব্ৰাজিলৰ বিমানবন্দৰত আবদ্ধ ৬০০তকৈও অধিক ভাৰতীয় লোক…
‘নাই খাদ্য, নাই পানী’৷ ব্ৰাজিলৰ বিমানবন্দৰত আবদ্ধ ৬০০তকৈও অধিক ভাৰতীয় লোক৷ ভিছাৰ নতুন নিয়মাৱলীৰ বাবে সমস্যাত পৰে লোকসকল৷ খাদ্য, পানীৰ বাবে হাহাকাৰ পৰিৱেশ বিমানবন্দৰত৷