অসমৰ আঠবিধ সামগ্ৰীলৈ জি আই টেগ

1 min read

➡️অসমৰ আঠবিধ সামগ্ৰীলৈ জি আই টেগ ৷

➡️তিনিবিধ থলুৱা পানীয় আৰু চাৰিবিধ সামগ্ৰী- বস্ত্ৰ ৷

➡️বড়ো সকলৰ পৰম্পৰাগত আৰ’নায়ে আৰু জনগোষ্ঠীয় খাদ্য আৰু পানীয়লৈ জি আই টেগ ৷

➡️জি আই টেগ লাভ কৰা পানীয় কেইবিধ হ’ল বড়ো জৌ গৈৰান, মাইব্রা জৌ বিদৈ, বড়ো জৌ গিচি ৷

➡️বড়ো জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য বড়ো নার্জি,খাদ্য অণ্ডলা, বড়ো গৌখালৈ জি আই টেগ ৷

➡️বড়ো সকলৰ পৰম্পৰাগত আৰ’নায়ে জি আই টেগ লাভ কৰাৰ পিছতে বিটিআৰত আনন্দ জোৱাৰ ৷

You May Also Like

More From Author