Site icon Guwahati Times

৩০ বছৰ পিছত এই ৰাশিত আটাইতকৈ শক্তিশালী ৰাজযোগ..

৩০ বছৰ পিছত কুম্ভ ৰাশিত আটাইতকৈ শক্তিশালী এই বিৰল ৰাজযোগৰ বাবে এই ৩ ৰাশিৰ জাতক-জাতিকাৰ হাতলৈ আহিব প্ৰচুৰ ধন।

বৈদিক শাস্ত্ৰ অনুযায়ী প্ৰতিটো গ্ৰহৰ এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত ৰাশি পৰিৱৰ্তন ঘটে ফলত কোনো ৰাজযোগ বা শুভ সংযোগৰ সৃষ্টি হয় ৷

মানুহৰ জীৱনত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। গোটেই ১২ টা ৰাশিৰ ওপৰত প্ৰভাৱ পেলায় যদিও কেইটামান ৰাশিৰ ওপৰত ইয়াৰ বিশেষ প্ৰভাৱ পৰে৷

ডিচেম্বৰ মাহত ৩টা ৰাজযোগৰ সংযোগ হৈছে। মঙল আৰু শনি গ্ৰহে নিৰ্মাণ কৰিছে বিৰল ৰাজযোগ।

ইয়াৰ ফলত কেইটামান ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব। এইকেইটা ৰাশিৰ জাতক-জাতিকাৰ জীৱনত আহিব ভাল সময়।

বৃষ ৰাশিৰ জাতক-জাতিকাৰ বাবে ৰুচক ৰাজযোগ অতি গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে। আবদ্ধ হৈ থকা কামবৰ এইবাৰ সম্পূৰ্ণ হ’ব ৷

হঠাৎ হাতলৈ আহিব প্ৰচুৰ ধন। চাকৰি আৰু ব্যৱসায়ত মানুহ সমানে আগবাঢ়িব। এইবাৰ নতুন চাকৰিৰ অফাৰ পাব৷

শশ মহাপুৰুষ ৰাজযোগ আৰু ৰুচক ৰাজযোগে বৃশ্চিক ৰাশিৰ জাতক-জাতিকাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাবলৈ ওলাইছে। ৷

এইবাৰ আৰম্ভ হ’ব ভাল সময়। এই সময়ছোৱাত প্ৰচুৰ ধন লাভ কৰিব।

বেংকিং, ৰিয়েল এষ্টেট, বিল্ডাৰ, কমিচন, হোটেল, কেমিকেল আদিত কৰ্মৰত লোকসকলৰ বাবে ভাল খবৰ। হাতলৈ আহিব বহু ধন। গৰ্ভৱতী মহিলাসকল সাৱধানে থকা উচিত।

কুম্ভ ৰাশিৰ জাতক-জাতিকাৰ বাবে ৰুচক ৰাজযোগ অতি গুৰুত্বপূৰ্ণ। আত্মবিশ্বাস বাঢ়িবলৈ গৈ আছে, কেৰিয়াৰৰ লাভ কৰিব বিপুল উন্নতি ৷

এই ৰাশি পৰিৱৰ্তনে কোষ্ঠীত মহাভাগ্য ৰাজযোগ গঠন কৰিব। এই সময়ছোৱাত হাতলৈ আহিব প্ৰচুৰ টকা।

জাতক-জাতিকাৰ সকলো মনোকামনা পূৰণ হ’ব। এই সময়ত ব্যৱসায়িক বিষয়বোৰ অত্যন্ত ভাল হ’বলৈ গৈ আছে। আপুনি অতি সহজে বহিঃৰাজ্য ভ্ৰমণ কৰিব পাৰিব আৰু চাকৰিটোত পদোন্নতি লাভ কৰিব।

Exit mobile version