Site icon Guwahati Times

দিনটোত কেইবাৰ গা ধোৱে? নিশা গা ধোৱাৰ অভ্যাস আছে যদি এইকেইটা নিয়ম মানিবই…

গৰমৰ দিন। কৰোবাৰ পৰা উভতি আহি অস্বস্তি অনভৱ হয় যাৰ বাবেই বাৰে বাৰে গা ধোৱাটো আমাৰ বহুতৰেই অভ্যাস। কিন্তু এই সাময়িক স্বাস্তিয়েই মৃত্যুৰ কাৰণ হৈ পৰিব পাৰে। কিয় মৃত্যুৰ কাৰণ হৈ পৰিব পাৰে এই অভ্যাস?

গা কেতিয়া ধুব লাগে? পুৱা খাদ্য গ্ৰহণ কৰাৰ আগত গা ধুৱেনে? চিকিৎকে কোৱা অনুসৰি পুৱাই উঠি গা ধোৱাৰ অভ্যাসেই আটাইতকৈ ভাল অভ্যাসৰ লগতে স্বাস্থ্যসন্মতও। গৰমৰ দিনত কেইবাৰ গা ধুব সেই সম্পৰ্কেও চিকিৎসকে দিছে বিশেষ পৰামৰ্শ। গৰমৰ দিনত সদায় গা ধুৱাটো অত্যন্ত জৰুৰী। বিভিন্ন শাৰীৰিক সমস্যাৰ পৰা উপশম পাবলৈ গা ধোৱাটো অত্যন্ত জৰুৰী। পুৱা গা ধোৱাৰ অভ্যাস স্বাস্থ্যসন্মত যদিও আবেলি গা ধোৱাৰ অভ্যাস কিন্তু শৰীৰৰ বাবে ক্ষতিকাৰক। খাদ্যগ্ৰহণৰ পিছত গা ধোৱাৰ অভ্যাসে শৰীৰৰ বহু ক্ষতি কৰে। খোৱাৰ পিছত গা ধুলে খাদ্য হজম হোৱাত বাধা জন্মে। বিভিন্ন পেটৰ সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে। সোয়ে পৰাপক্ষত খাদ্যগ্ৰহণৰ পূৰ্বেই গা ধোৱাৰ অভ্যাস গঢ়ি তোলক।

ৰাতি দেৰীকৈ গা ধোৱাটোেৱও স্বাস্থ্যৰ ক্ষতি কৰে। নিশা গা ধুলে গা শাঁত পৰে কিন্তু ঠাণ্ডা সোমাই নিউমোনীয়ৈত ভোগাৰ সম্ভাৱনা বাঢ়ি যায়। আনহাতে গৰমত বাহিৰৰ পৰা আহি কেতিয়াও গা নুধুব, এনেদৰে আহি শৰীৰত পানী ঢালিলে ষ্ট্ৰকৰ আশংকা বৃদ্ধি পায়।

Exit mobile version