মানুহৰ প্ৰায়ে ৪০ বছৰ বয়স অতিক্ৰম কৰা পিছত হাড় দুৰ্বল হ’বলৈ ধৰে। বিশেষকৈ এয়া মহিলাৰ ক্ষেত্রত বেছিকৈ দেখা যায়। হাড় দুৰ্বল হোৱাৰ বাবে।দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় কাম কৰাত সমস্যাৰ সন্মুখীন হ’ব লগা হয়, সেয়েহে সকলোৱে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত। ৪০ বছৰ বয়সৰ পিছতো শক্তিশালী হৈ থাকিবলৈ কেলচিয়াম আৰু ভিটামিন ডিকে ধৰি বহুতো পুষ্টিকৰ খাদ্য সামগ্ৰী খাব লাগে।
হাড় শক্তিশালী কৰি ৰাখিবলৈ খাব লগা খাদ্যঃ
-গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী
-সেউজীয়া শাক-পাচলি
-ওটচ
-সম্পূৰ্ণ শস্যজাতীয় খাদ্য
-ফল
-মটৰ
-চালাড
-বাদাম
-কণী
-মিঠাই
– আলু
-কাঠফুলা
-মূলা
-পালেং
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

