মহানগৰ: ৰাষ্ট্রীয় ঘাইপথ পাৰ হ’বলৈ লওতে বাছে মহটিয়াই নিলে মহিলাক! GTM Desk 2 years ago মহানগৰীৰ ৰাষ্ট্রীয় ঘাইপথত পথ দুৰ্ঘটনা। লালমাটিত এখন বাছে মহটিয়াই নিলে এগৰাকী মহিলাক। এই পৰ্যন্ত চিনাক্ত হোৱা নাই নিহত মহিলাগৰাকী। ৰাষ্ট্রীয় ঘাইপথ পাৰ হ’বলৈ লওতেই সংঘটিত এই দুৰ্ঘটনা। Share this: Share on Facebook (Opens in new window) Facebook Share on X (Opens in new window) X More Share on WhatsApp (Opens in new window) WhatsApp Email a link to a friend (Opens in new window) Email Share on LinkedIn (Opens in new window) LinkedIn Share on Telegram (Opens in new window) Telegram