হাউলীত হানী ট্রেপিঙত জড়িত পাঁচ যুৱকক গ্রেপ্তাৰ আৰক্ষীৰ

1 min read

বৰপেটা জিলাৰ হাউলী থানাৰ আৰক্ষীয়ে যোৱানিশা প্রায় ২ বজাত হানী ট্রেপিং চক্রৰ সৈতে জডিত ৫জন যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷

যুৱককেইজনে হাউলী নগৰৰ এজন প্রতিষ্ঠিত ব্যৱসায়ীৰ গোপন ভিডি’ সংগ্রহ কৰি ৫ লাখ টকা দাবী কৰিছিল৷

ব্যৱসায়ীগৰাকীয়ে আৰক্ষীৰ সহায় বিচাৰে৷ যোৱানিশা টকা নিবলৈ অহাৰ সময়তে হাতে–লোটে ধৰা পৰে হানী ট্রেপিং চক্রৰে জডিত দুই যুৱক৷

এই দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত আন তিনি অভিযুক্তক গ্রেপ্তাৰ কৰে বৰপেটা জিলাৰ হাউলী থানাৰ আৰক্ষীয়ে যোৱানিশা প্রায় ২ বজাত হানী ট্রেপিং চক্রৰ সৈতে জডিত ৫জন যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷

যুৱককেইজনে হাউলী নগৰৰ এজন প্রতিষ্ঠিত ব্যৱসায়ীৰ গোপন ভিডি’ সংগ্রহ কৰি ৫ লাখ টকা দাবী কৰিছিল৷

ব্যৱসায়ীগৰাকীয়ে আৰক্ষীৰ সহায় বিচাৰে৷ যোৱানিশা টকা নিবলৈ অহাৰ সময়তে হাতে–লোটে ধৰা পৰে হানী ট্রেপিং চক্রৰে জডিত দুই যুৱক৷

এই দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত আন তিনি অভিযুক্তক গ্রেপ্তাৰ কৰে

Niyomiya Barta

You May Also Like

More From Author