Site icon Guwahati Times

বিশ্বৰ আটাইতকৈ দামী খাদ্য- আয়াম চেমানী কুকুৰা

স্বকীয় ক’লা পাখি আৰু ঠোঁটৰ বাবে পৰিচিত আয়াম চেমানী কুকুৰাৰ (Ayam Cemani Chicken) উৎপত্তি ইণ্ডোনেছিয়াত। ইহঁতৰ অস্বাভাৱিক ৰং হাইপাৰপিগমেণ্টেচনৰ বাবে হয়।

এই প্ৰজাতিৰ কুকুৰাৰ কেৱল পাখি আৰু ঠোঁটৰ ৰঙ ক’লা নহয়; আচলতে ইহতৰ হাড়লৈকে ১০০% ক’লা ।

আয়াম চেমানী কুকুৰাৰ (Ayam Cemani Chicken) মাংসৰ বাবে বহুমূলীয়া, ইয়াৰ মাংস অতি কোমল আৰু সোৱাদযুক্ত।

আয়াম চেমানী কুকুৰা বিশ্বৰ অন্যতম ব্যয়বহুল কুকুৰাৰ জাত, এটা চৰাইৰ দাম ২০০০ ডলাৰৰ ওপৰত।

ৰেষ্টুৰেণ্টত আয়াম চেমানী কুকুৰা ((Ayam Cemani Chicken) মাংসৰ দাম প্ৰতি পাউণ্ডত ১০০ ডলাৰৰ ওপৰত ।

Exit mobile version