Site icon Guwahati Times

কাছাৰৰ কাটিগড়াত পথ দুৰ্ঘটনা ! বনভোজ খাই উভতাৰ পথত বনভোজ দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত…

কাছাৰৰ কাটিগড়াত পথ দুৰ্ঘটনা। বনভোজ খাই উভতাৰ পথত বনভোজ দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।

দুৰ্ঘটনাত আহত ৫গৰাকী লোক। পথৰ কাষত ৰখাই থোৱা ট্ৰাকত খুন্দা বাহনখনৰ।

শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি দুৰ্ঘটনাগ্ৰস্তক। এজনৰ অৱস্থা সংকটজনক।

Exit mobile version