Site icon Guwahati Times

৩৮দিনলৈ অস্ত যাব শনি! কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, পূৰণ হ’ব সপোনৰ!

শনি অস্ত গ’লেই কপাল ফুলিব এই ৩ ৰাশিৰ জাতক-জাতিকাৰ।

জ্যোতিষ শাস্ত্ৰৰ অনুসৰি শনিদেৱে প্ৰতি ডেৰ-দুবছৰৰ মূৰে মূৰে নিজৰ ৰাশি পৰিৱৰ্তন কৰে। প্ৰতীকী প্ৰতিচ্ছবি

বৰ্তমান ৩০ বছৰৰ পিছত শনিয়ে নিজ গ্ৰহৰ মূল ত্ৰিকোণ ৰাশি কুম্ভত বিৰাজ কৰিছে। আৰু অনাগত ২০২৫ বৰ্ষলৈ ইয়াতে বিৰাজ কৰিব।

তাৰ পিছত ২৬ মাৰ্চৰ পুৱা ০৫.২০ বজাত উদয় হ’ব। শনি ৰাশি অস্তৰ ফলত কেইবাটাও ৰাশিৰ জাতক-জাতিকাৰ জীৱনত উন্নতি হ’ব।

শনিৰ অস্তৰ ফলত ৩ ৰাশিৰ জাতক-জাতিকাৰ জীৱনত বৃহৎ উন্নতি লাভ কৰিব। ঘৰ-বাৰী সমানে জীৱনতো উন্নতি লাভ কৰিব।

শনিৰ অস্তৰ ফলত মিথুন ৰাশিৰ জাতক-জাতিকাৰ জীৱনত উন্নতি লাভ কৰিব। ভাগ্য এই ৰাশিৰ লোকক সম্পূৰ্ণভাৱে লগ দিব। দূৰণিবতীয়া যাত্ৰাৰ আশা আছে।

প্ৰচুৰ টকা উপাৰ্জন কৰিব পাৰিব। ভাল জীৱন উপভোগ কৰিব পাৰিব এই ৰাশিৰ জাক-জাতিকাই। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত এটি সুন্দৰ পৰিস্থিতিয়ে বিৰাজ কৰিব।

আয়ৰ ক্ষেত্ৰত নতুন নতুন উৎস মুকলি হ’ব। জীৱন সংগীৰ সৈতে পৰিস্থিতি অত্যন্ত ভাল হ’ব। পৰিশ্ৰমৰ মূল্য আপুনি লাভ কৰিব।

কর্কট ৰাশিৰ জাতক-জাতিকাৰ জীৱনত শনিৰ অস্তৰ বাবে বিশাল প্ৰভাৱ পৰিব। চাকৰি পৰিৱৰ্তনৰ সম্ভাৱনা আছে এই ৰাশিৰ জাতক-জাতিকাৰ।

আত্মবিশ্বাস উভতাই পাব এই কৰ্কট ৰাশিৰ জাতক-জাতিকাই। হঠাৎ ধন লাভৰ আশংকা আছে। জীৱনত বহুত অপূৰ্ণ আশাই পূৰ্ণতা লাভ কৰিব।

সম্পৰ্কৰ ক্ষেত্ৰতো এই ৰাশিৰ জাতক-জাতিকাৰ জীৱনত ভাল হ’ব। সপোনে সাৰ্থকতা লাভ কৰিব। এই ৰাশিৰ জাতক-জাতিকাই এক আনন্দময় জীৱন পাৰ কৰিব পাৰিব।

টকা-পইচা বিনিয়োগৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক-জাতিকাৰ বাবে ভাল হ’ব। জীৱন সংগীৰ সৈতে এটি ভাল সময় পাৰি কৰিব পাৰিব।

সিংহ ৰাশিৰ জাতক-জাতিকাৰ জীৱন অতি ভাল হ’ব। এই ৰাশিৰ জাতক-জাতিকাই বন্ধুৰ সৈতে সুন্দৰ সময় পাৰ কৰিব পাৰিব।

কামৰ ক্ষেত্ৰত অত্যন্ত ভাল সময় আহিব। নতুন নতুন কৰ্মপন্থা লাভ কৰিব এই ৰাশিৰ লোকে।

সংগীৰ সৈতে অত্যন্ত ভাল সময় অতিবাহিত কৰিব। সকলো দিশৰ পৰা আগতকৈ জীৱন সুখৰ হ’ব।

Exit mobile version