Site icon Guwahati Times

কামাখ্যা দেৱোত্তৰ ব’ৰ্ডত বৃহৎ হাৱালা কেলেংকাৰী, ৭.৬২ কোটি টকাৰ কেলেংকাৰীক লৈ ইডিৰ অভিযান

কামাখ্যা দেৱোত্তৰ ব’ৰ্ডত বৃহৎ হাৱালা কেলেংকাৰী। ৭.৬২ কোটি টকাৰ কেলেংকাৰীক লৈ ইডিৰ অভিযান।

কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত ইডিৰ অভিযান। অভিযানত জব্দ হৈছে ১.৮২ কোটি টকাৰ বীমা পলিচী।

অভিযানত উদ্ধাৰ হৈছে বহু আপত্তিজনক নথি-পত্রও।

লগতে EDয়ে অভিযান চলাইছে প্ৰয়াত ধীৰাজ শৰ্মা আৰু নৱকান্ত শৰ্মাৰ বাসগৃহতো। এই দুয়োগৰাকী কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ প্ৰাক্তন বিষয়া।

২০০৩ৰ পৰা ২০১৯ৰ ভিতৰত সংঘটিত হৈছিল এই কেলেংকাৰী। এই সন্দৰ্ভত CIDত ৰুজু হৈছিল গোচৰ।

Source:https://assam.news18.com/photogallery/assam/guwahati/big-scam-in-kamakhya-debutter-board-skd-438348-page-4.html

Exit mobile version