Site icon Guwahati Times

নতুন বছৰত এই তিনিটা ৰাশিক টকাৰে ওপচাই পেলাব সূৰ্যপুত্ৰ শনিয়ে..

নতুন বছৰত বক্ৰ স্থানত অৱস্থান কৰিব শনিদেৱ। ইয়াৰ ফলত কেইবাটাও ৰাশিৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব।

শনি বক্ৰ অৱস্থাত থকাৰ ফলত ৩ ৰাশিৰ জাতক-জাতিকাসকলৰ উন্নতি অনিবাৰ্য। আগন্তুক বছৰত অৰ্থাৎ ৩০ জুনৰ পৰা ১৫ নৱেম্বৰ ২০২৪লৈ শনি বক্ৰ অৱস্থাত থাকিব।

মকৰ ৰাশিৰ জাতক-জাতিকাৰ বাবে ভাল খবৰ আহিব। শনিদেৱৰ বিশেষ কৃপাত জীৱনত প্ৰচূৰ পৰিমাণৰ সম্পত্তি আহিব।

আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ আৰু ভাল হ’ব। ইয়াৰ উপৰি শনিৰ প্ৰভাৱত সম্পত্তি বাঢ়িব বহুগুণে।

চাকৰিজীৱীৰ জীৱনত ডাঙৰ প্ৰভাৱ আহিব। আত্মবিশ্বাস থাকিব নিয়ন্ত্ৰণত। নতুন নতুন সম্পৰ্কত জীৱন আৰু শক্তিশালী হ’ব।

সিংহ ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ ফল আহিব। বিবাহিত জীৱনৰ সকলো সমস্যা দূৰ হ’ব। আৰ্থিক ক্ষেত্ৰত যি যি সংকট সৃষ্টি হ’বলগীয়া আছিল সেই সকলো দূৰ হ’ব।

ন্যায়ৰ পথ সুদৃঢ় হ’ব জাতক-জাতিকাসকলৰ বাবে। সমস্ত পাৰ্থিৱ সুখ লাভ কৰিব তেওঁলোকে।

মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ জীৱনত গুৰুচণ্ডাল দোষ শেষ হোৱাৰ ফলত জাতক-জাতিকাসকলৰ জীৱনত ডাঙৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।

মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ জীৱনত হঠাৎ টকা-পইচা আহিব পাৰে। অবিবাহিত লোকসকল বিবাহ বন্ধনত বান্ধ খাব পাৰে।

চাকৰি পোৱাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে জাতক-জাতিকাসকলে। নতুন চাকৰি এইবাৰ হাতৰ মুঠিত আহিব জাতক-জাতিকাসকল।

Exit mobile version