Site icon Guwahati Times

পুৱাই এওঁলোকৰ দৰ্শন হোৱাটো শুভ…

শণিদেৱক ন্যাৰ দেৱতা কোৱা হয়। শণিবাৰৰ দিনটো শণিদেৱক অৰ্পণ কৰা হয়।শণিবাৰে পোৱা যদি এওঁলোকৰ দৰ্শন হয় তেনেহ’লে শণিদেৱৰ গোটেই দিনটো শণিদেৱৰ কৃপা আপোনাৰ ওপৰত থাকিব।

১) শাস্ত্র অনুসাৰে শণিবাৰে পুৱাই মগনীয়া আহিলে বহুত শুভ মনা হয়। আৰু যিয়ে ঘৰলৈ অহা মগনীয়াক একো দান নিদি বা খং কৰি পথিয়াই দিয়ে, সেই ব্যক্তি বা তেওঁৰ ঘৰত শণিদেৱৰ প্ৰকোপ পৰিব।

২/শণিবাৰে পুৱাই ৰাস্তাত ঝাৰু লগোৱা কৰ্মচাৰীও দৰ্শন হলেও শুভ মনা হয়।তেওঁলোকক পইচা বা ক’লা ৰংৰ কাপোৰ দিব লাগে,এনে কৰিলে শণিদেৱৰ কৃপা আপোনাৰ ওপৰত থাকিব।প্ৰয়োজনীয় কামৰ বাবে ঘৰৰপৰা বাহিৰলৈ গলে সেই কামটো সফলতা পোৱা যায়।দিনটো শণিদেৱৰ কৃপাৰ দ্বাৰা দিনটো সুখ আৰু শান্তিৰে পাৰ হয়।

৩) শণিবাৰৰ পুৱাই ঘৰৰপৰা ওলাই ক’লা ৰংৰ কুকুৰ দেখিলে-মংগলজনক বুলি মনা যায়। কুকুৰ শণিদেৱৰ বাহন হয় আৰু যিয়ে আহাৰ খুৱাই তেওঁলোকৰ ওপৰত শণিদেৱ অতি প্ৰসন্ন হয়।ক’লা কুকুৰক শুকান ৰুটি খুৱালে বৰ শুভ মনা হয়. ইয়াৰ পৰা কেৱল শণি অথব ৰাহু আৰু কেতুৰ অশুভ প্ৰভাৱৰ পৰা ৰক্ষা পাব পাৰি।

Exit mobile version